কাইলৈ অসমলৈ আহিব কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ।
নির্মলা সীতাৰমণ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বিজেপিৰ সংকল্প পত্র।
বাজপেয়ী ভৱনত পুৱা ৮.৩০ বজাত সংকল্প পত্র মুকলি কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ।
সংবাদমেলযোগে এই কথা উল্লেখ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ।
এই কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকায়া ।
Category
- Log in to post comments