গুগলটো এবাৰ খুলি চাইছেনে? আজি বিশেষ গুগল ডুডল!!

Kitty

আজিৰ ডুডলে উদযাপন কৰিছে আমেৰিকান ষ্টাণ্ট মহিলা আৰু ৰেচাৰ কিটি অ'নেইলৰ ৭৭তম জন্মদিন।কিটি অ’নেইল সৰুৰে পৰা বধিৰ আছিল।

1

তেখেত এগৰাকী ৰেচিং-ৰেকৰ্ড ব্ৰেকাৰ, তেওঁক ''বিশ্বৰ দ্ৰুততম মহিলা' বুলি জনা গৈছিল।কিটি অ’নেইলৰ জন্ম ১৯৪৬ চনৰ ২৪ মাৰ্চত হৈছ্ল।

Category