একেলগে ক্ৰিকেট উপভোগ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে! তুলিলে ছেলফিও!

President

ভাৰত বনাম অষ্ট্ৰেলিয়াৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ অন্তিমটো ছিৰিজৰ প্ৰথমটো দিনত একেলগে খেল উপভোগ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি এলবানিজে।
 

1

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে অন্তিমটো ছিৰিজ।

2

দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে দ’লৰ খেলুৱৈসকলক।

3

ছেলফি তুলাও পৰিলক্ষিত হ’ল প্ৰধানমন্ত্ৰী দুগৰাকীক। উল্লেখ্য যে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ২-১ ব্যৱধানত লিড লৈ আছে ভাৰতীয় দলটোৱে।  

Category