পুনৰ বোৱাৰী নিৰ্যাতন! ৫ দিন পুৰ্বে সন্তান জন্ম দিয়া তৰালীক ৰছীৰে বান্ধি তালিবানী শাস্তি শাহু, শহুৰ, স্বামী আৰু  ভাই শহুৰৰ।

Women Harassment

পলাশবাৰী সমষ্টিৰ নহিৰা গুইমাৰাত নাৰী নিৰ্যাতনৰ ঘটনা। বোৱাৰী তৰালী কলিতা দাসক ৰছীৰে বান্ধি তালিবানী শাস্তি শাহু, শহুৰ, স্বামী, ভাই শহুৰ। এবছৰ পূৰ্বে গুইমাৰাৰ সমীন দাসৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল তৰালী কলিতা। তৰালী কলিতা দাস ৰামপুৰ আমোদপুৰৰ দিজেন কলিতা আৰু পুলমা কলিতাৰ জীয়ৰী। ৫ দিন পুৰ্বে তৰালী কলিতা দাসে জন্ম দিয়ে এটি লৰা সন্তান। তৰালীক স্বামী গৃহত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বিজয়নগৰ আৰক্ষীয়ে

 

Category