যোৰহাটত এখন বজাৰ আছিল! চ’ক বজাৰৰ স্মৃতিয়ে কন্দুৱাইছে যোৰহাটবাসীক!

Fire

এটা অভিশপ্ত নিশা! শেষ হৈ গ’ল সকলো। যোৰহাটৰ চ’ক বজাৰত বৃহস্পতি বাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

1

ভস্মীভূত হ’ল চ’ক বজাৰৰ প্ৰায় ৩০০ খন দোকান। জুই লগাৰ ২ ঘন্টাৰ ভিতৰতে নিঃশেষ হৈ গ’ল সম্পূৰ্ণ চ’ক বজাৰ খন।

2

জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ।এতিয়া মাথো ইতিহাস হৈ পৰিল চ’ক বজাৰ।

3

শোকত ভাগি পৰিছে যোৰহাটবাসী।সকলোৰে শৈশৱ সোমাই আছিল চ’ক বজাৰত।চ’ক বজাৰৰ হাজাৰ হাজাৰ স্মৃতিয়ে কন্দুৱাইছে যোৰহাটবাসীক।   

Category