“ATM ত টকা নাই সকলো আদানীয়ে লৈ গ’ল"! তেজপুৰৰ ATM ত কোনে লগালে বিশেষ পোষ্টাৰ?

ATM

ATM    ত  পোষ্টাৰ  । তেজপুৰৰ বিভিন্ন ATM ত এখন বিশেষ পোষ্টাৰ।  ATM সমুহৰ সন্মুখত লগাই থোৱা পোষ্টাৰত লিখা আছে “ATM ত টকা নাই সকলো আদানীয়ে লৈ গ’ল"। এইদৰেই চহৰখনৰ বিভিন্ন স্হানৰ এটিএম সমুহত আদানীৰ বিৰূদ্ধে পোষ্টাৰ মাৰি এক প্ৰকাৰ কৰিছে প্ৰতিবাদ৷নিশাৰ ভিতৰতে চহৰ খনৰ বহু ATM এই পোষ্টাৰবোৰেৰে ভৰি পৰিল। অৱশ্যে পোষ্টাৰ কোনে আৰিলে সেয়া জনা হোৱা নাই ।

Category