‘পাঠান নমাই দিলো'। Next চলমান খানক নমাম!  এতিয়া বহুত বেছি অসমীয়া হ'ব লাগিব। we need to be Assamese. কথাটো সেইটো, বেলেগ কথা নাই’

Zubben Garg

মঞ্চত পুনৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিস্ফোৰণ। বজালীৰ আমদহ বৰলা সভা মহোৎসৱৰ হীৰক জয়ন্তীত সংগীতানুষ্ঠান আছিল জুবিন গাৰ্গৰ। সংগীতানুষ্ঠানৰ মাজতে মন্তব্য জুবিনৰ। জুবিনে ক’লে- ‘পাঠান নমাই দিলো'। next চলমান খানক নমাম!  এতিয়া বহুত বেছি অসমীয়া হ'ব লাগিব। we need to be Assamese. কথাটো সেইটো, বেলেগ কথা নাই’। লগতে কণ্ঠশিল্পী গৰাকীয়ে ক’লে- ‘ হিন্দী গান গাঁওতে মোক বহুতে গালি দিছিল কিন্তু মই গামেই’। এতিয়া জুবিনৰ এই মন্কব্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

 

 

Category