আকৌ বেয়া খবৰ! মধ্যপ্ৰদেশৰ আকাশমাৰ্গত দুখনকৈ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

Air Plane

ৰাজস্থানৰ মেৰেনাত ভাৰতীয় বিমান দুৰ্ঘটনাগ্ৰস্ত। দুজন পাইলটৰ অৱস্থা সংকটজনক। দুয়োজনকেই উদ্ধাৰকাৰী দলে ভৰ্তি কৰিলে চিকিৎসালয়ত। গোৱালিয়ৰৰ পৰা উৰা মাৰিছিল বিমানখন। সুখয় ৩০, মিৰাজ ২০০০ৰ মাজত সংঘটিত মুখামুখি খুন্দা। ঘটনাস্থলীত তীব্ৰতৰভাৱে চলিছে উদ্ধাৰকাৰী দলৰ অভিযান। এইপৰ্যন্ত জানিব পৰা হোৱা নাই হতাহতৰ সংখ্যা। অনুশীলনৰ সময়তে সংঘটিত হয় এই ঘটনা

Category