সমূহীয়াকৈ বিহু নাচি অসমবাসীক ভোগালীৰ ওলগ যাঁচিলে আলফাই

ULFA

হেঁপাহৰ ভোগালীক উলহ-মালহেৰে উদযাপন কৰিছে ৰাজ্যবাসীয়ে। পাছ পৰি ৰোৱা নাই সংযুক্ত মুক্ত বাহিনীও( আলফা)।

1

এটা ভিডিঅ’ৰ জৰিয়তে অসমবাসীক শুভেচ্ছা জনাইছে আলফাৰ সদস্য সকলে।

2

ভিডিঅ’টোত আলফাৰ সদস্যসকলে মেজি জ্বলাই বিহু নচা দেখা গৈছে।

Category