আঘোণৰ পথাৰত ৰবাব টেঙাৰ জুটি ল’লে মুখ্যমন্ত্ৰীয়ে

CM, Assam

আঘোণৰ পথাৰত ভৰ দুপৰীয়া ৰবাব টেঙাৰ সুৱাদ ল’বৰ সকলোৰে মন যায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো গোলাঘাটৰ ৰহঢলা পথাৰত দাৱনীৰ সৈতে ৰৱাব টেঙাৰ জুতি ল’লে। উল্লেখ্য যে আজি গোলাঘাটত ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক কাৰ্যসূচীৰ জড়িয়তে  ১৩৪০. ৩২ কোটি টকা ব্যয়ৰে  মুঠ ১৪ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে।

Category