কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ব্যতিক্ৰমী কেবিনেটত?

Cabinet

কেবিনেটত আজিৰ সিদ্ধান্ত সমূহ-

 

আদৰনি সেৱাৰ পৰিবৰ্তে গৰ্ভৱতী মহিলাক ৭০০ টকা বেংক একাউন্ট পাব।

BTC লৈ ৩৬১ কোটি টকা।

চাফাই কৰ্মচাৰী আয়োগ গঠন। এই আয়োগৰ জৰিয়তে চাফাই কৰ্মী উন্নয়ন হ'ব।

১৯৮৫ চনৰ পৰা স্বহীদ পৰিয়ালক চাকৰি দিব। ৪০০ ত কৈ অধিক স্বহীদ পৰিয়াল উপকৃত হ'ব। এটি পৰিয়ালক এটি চাকৰি প্ৰদান কৰা হ’ব।

১৬২টা নতুন Police station হ'ব।।থানাৰ উপৰ মহলাত থাকিব কোৱাটাৰ।

Assam

APSC ৰ পৰা Optional নোহোৱা হ'ব।৭০০ post ৰ Optional paper নাথাকিব।

২% চাকৰি প্ৰাক্তন সেনাজোৱানৰ বাবে সংৰক্ষণ কৰা হ'ব।

চলাৰ পাৱাৰ ২৫০ মেগাৱাট উৎপাদন হব

৪০ লাখ লোকক ৰেচন কাৰ্ড দিব

নিযুক্তি, 1700 খালী পদ পূৰণ হব ফৰেষ্টত

শিক্ষা বিভাগত চাকৰি দিব

দেৰগাঁৱৰ পুলিচ একাডেমীখনৰ নাম হব লাচিত একাডেমী

 

 

Category