পুৱাই মৰিগাঁও দন্দুৱা বিলৰটুপত ভয়ংকৰ অগ্নিকাণ্ড
বিলৰটুপৰ এটা পৰিয়ালৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।
স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও তেতিয়ালৈকে জ্বলি ছাঁই হৈ যায় বহু মূল্যবান সামগ্ৰী
চাহিদুল ইছলাম নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা
অগ্নিকাণ্ডৰ ফলত মৰিগাঁও মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ কিতাপ বহীৰ লগতে জ্বলি ছাঁই হয় শিক্ষাগত অৰ্হতাৰ সকলো প্ৰমাণ পত্ৰ।
ভুক্তভোগী পৰিয়ালটোৱে জানিব দিয়া অনুসৰি, শুই থকা অৱস্থাত ঘৰত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।
বৰ্তমানলৈ জানিব পৰা হোৱা অগ্নিকাণ্ডৰ কাৰণ
- Log in to post comments