মৰ্মান্তিক! বজ্ৰপাত পৰি মৃত্যু ৩০টা ছাগলীসহ ৭ টাকৈ গৰু

news

ঢকুৱাখনা অভয়পুৰ মাজ গাঁৱত মৰ্মান্তিক ঘটনা।

বজ্ৰপাত পৰি মৃত্যু ৩০টা ছাগলীসহ  ৭ টাকৈ গৰু ।

বৃহস্পতি বাৰে মাজনিশা গোহালিত বান্ধি থোৱা অৱস্থাত বজ্ৰপাত পৰি সম্পূৰ্ণ ৰূপ জ্বলি যায় পশু ধনসহ গোহালি

তপন মিলি নামৰ ব্যক্তি গৰাকীৰ গোহালিত সংঘটিত এই মৰ্মান্তিক ঘটনা।

Category