কংগ্রেছৰ সদ্য পদত্যাগী মুখপাত্র ৰাতুল কলিতাৰ বিজেপিত যোগদান।
নলবাৰী বিজেপিৰ জিলা কাৰ্যালয়ত বিজেপিত যোগদান কৰে ৰাতুল কলিতাই।
ৰাতুল কলিতাসহ অৰ্ধশতাধিক কংগ্রেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত যোগদান কৰে বিজেপিত।
বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছক সমালোচনা ৰাতুল কলিতাৰ।
Category
- Log in to post comments