অসুস্থ গৰিমা শইকীয়া গাৰ্গক

Zubeen Garg

অসুস্থ গৰিমা শইকীয়া গাৰ্গক।

গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে গৰিমা গাৰ্গক।

দুৰ্বলতাৰ বাবে গৰিমা শইকীয়া গাৰ্গক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

অনিয়মীয়া খোৱা-বোৱা আৰু নিদ্ৰাহীনতাৰ বাবে অসুস্থ হৈ পৰিছে গৰিমা।

মঙলবাৰেই গৰিমাক হাস্পতলত ভৰ্তি কৰোৱা হৈছে। লগত আছে জুবিন গাৰ্গৰ ভগ্নী পামী।

Category