UB Photos November 02 / 2025 পশ্চিম বৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। চাৰিখনকৈ ট্ৰাক জ্বলি ভস্মীভূত । বৰাগাঁৱৰ Sarma Parking সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । পাৰ্কিংত আছিল বহু বাণিজ্যিক বাহন । বিতুমিনৰ কেমিকেলৰ পৰা অগ্নিৰ সূত্ৰপাত । অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম ঘটনাস্থলীত। Category News Tags UB media UB News UB Photos Log in to post comments