পত্নীয়ে লকআপত থকা শ্যামকানুলৈ আনিলে কিতাপ,কিন্তু কিতাপৰ মাজৰ পৰা ওলাল এখন পত্ৰ, কি লিখা আছিল পত্ৰখনত?

Shyamkanu Mahanta

CIDৰ লকআপত সময় পাৰ কৰিছে শ্যামকানু মহন্তই। CIDৰ লকআপে হৈ পৰিছে শ্যামকানু মহন্তৰ এতিয়াৰ ঠিকনা।

প্ৰতিদিনে শ্যামকানু মহন্তক লগ কৰিবলৈ আহি আছে পত্নী অনিতা ডেকা মহন্ত। ইয়াৰ মাজতে সোমবাৰে SITৰ জেৰাৰো সন্মুখীন হৈছিল শ্যামকানু মহন্তৰ পত্নী। লকআপত থকা শ্যামকানু মহন্তক পত্নী দিবলৈ লৈ গৈছিল এখন কিতাপ। হঠাৎ কিতাপৰ পাত লুটিয়াই চাওতে ওলাই পৰে এখন কাগজ।

দৰাচলতে শ্যামকানুৰ পত্নীয়ে লৈ গৈছিল এখন পত্ৰ। কিতাপৰ মাজত অতি কৌশলেৰে লৈ গৈছিল পত্ৰখন। কাগজখনত লিখা আছিল শ্লোক। অৱশ্যে আৰক্ষীয়ে কিতাপখন লকআপলৈ নিবলৈ নিদিলে অনুমতি।

Category