
মহানগৰীৰ মালিগাঁৱৰ গোটানগৰত CM ভিজিলেন্সৰ অভিযান।
গৰৈমাৰী ৰাজহচক্ৰ বিষয়াৰ নুপূৰ বৰাৰ ফ্লেটত অভিযান।
গোটানগৰস্থিত SHINE SHANTI GREENO এপাৰ্টমেন্টত অভিযান।
কাৰ্বি আংলঙত সহকাৰী জিলা আয়ুক্ত হৈ থকাৰ সময়ত সংঘটিত অনিয়ম সন্দৰ্ভত এই অভিযান।
আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে এই অভিযান।
Category
- Log in to post comments