সদনত মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ

jjj

 

‘সদনত আৰু ৰাজনৈতিক মহলত কথা কোৱাৰ পাৰ্থক্য আছে’

‘আমি বহু কথা ৰাজনৈতিক মহলত ক’ব পাৰো’

‘কিন্তু সদনৰ মৰ্যাদা থাকে, তাত ক’ব নোৱাৰো’

‘সদনত সংবিধানৰ চিন্তাধাৰা থকা উচিত’

‘সাংবিধানিক চকীৰ গাম্ভীৰ্য কিছুমানে বুজি পোৱা নাই’

‘বিজেপিৰ বহু মন্ত্ৰীয়ে সকলো নিৰ্বাচনৰ কথা সদনত নানে’

‘অসমৰ বহু নেতাই সদন আৰু ৰাজনৈতিক সভাৰ পাৰ্থক্য বুজি নাপায়’

বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে গৌৰৱৰ কথা কোৱাকলৈ প্ৰতিক্ৰিয়া

Category