শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ...

Shankar Jyoti Baruah

শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন
৮৯/২৫ নম্বৰ গোচৰত জামিন মঞ্জুৰ HCৰ
৩০ হাজাৰ টকাৰ বেইল বণ্ডৰ বিনিময়ত অন্তৰ্ৱতীকালীন জামিন

১৯ মে’ত গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা
দুলীয়াজান কাণ্ডৰে নাম সাঙোৰ খাইছিল শংকৰৰ
বিগত ৭ দিনে কাৰাগাৰতে আছিল প্ৰাক্তন আছু নেতাজন

দুলীয়াজানৰ BN SINGH তেল ডিপোত ১৭ মে’ত হৈছিল সংঘাত। ২ পক্ষৰ সংঘাতত নাম সাঙোৰ খাই পৰিছিল প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু হৈছিল দুটাকৈ গোচৰ।

দুলীয়াজান আৰক্ষী থানাৰ গোচৰ নম্বৰ আছিল ৮৯/২৫। ন্যায়াধীশ মৃদুল কলিতাৰ আদালতে জামিন মঞ্জুৰ কৰে শংকৰজ্যোতি বৰুৱাৰ। আদালতত শংকৰজ্যোতি বৰুৱাৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অংশুমান বৰাই।  

Category