কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

panchyat

 

তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰত হ’ব ভোটগ্ৰহণ

ভোটগ্ৰহণ হ’ব মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰত  

শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দিত প্ৰথম পৰ্যায়ত ভোট

শ্ৰীভূমি জিলাতো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া

৭ মে’ত হ’ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

পঞ্চায়ত নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৩৬,৬৮২

পুৰুষ ভোটাৰ ৯০,৭১,২৬৪, মহিলা ভোটাৰ ৮৯,৬৫,০১০

মুঠ ২৫,০০৭টা কেন্দ্ৰত বেলটত ভোটগ্ৰহণ

গাঁও পঞ্চায়তৰ মুঠ সদস্যৰ আসন ২১,৯২০খন

গাঁও পঞ্চায়তৰ সভাপতিৰ আসনৰ সংখ্যা ২,১৯২খন

আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনৰ সংখ্যা ২,১৯২খন

জিলা পৰিষদৰ সদস্যৰ আসনৰ সংখ্যা ৩৯৭খন

Category