বিশ্বনাথত কিশোৰৰ সন্ধান বিচাৰি NDRFৰ অভিযান
ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ’ল সামূহিক দোৱা
বুধবাৰে সন্ধানহীন হৈছিল ১৭ বছৰীয়া এজন কিশোৰ
মুছাৰফ আলম নামৰ কিশোৰটিক বিচাৰি অভিযান
বালি চাপৰিত সমূহীয়া দোৱা-প্ৰাৰ্থনা শতাধিক লোকৰ
ছোৱাগুৰি গাঁৱৰ শ্লুইচ গেটত সংঘটিত হৈছিল অঘটন
সতীৰ্থক পানীৰ পৰা বচাবলৈ গৈ সন্ধানহীন হৈছিল মুছাৰফ
বিগত ৪ দিনে SDRFৰ অভিযানত নাপালে সন্ধান
নৈৰ বুকুত সন্ধানহীন হোৱা যুৱকজনে যোৱা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃৰ সৈতে একেলগে পৰীক্ষাত অবতীৰ্ণ হৈ ভাল ফলাফল লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল।
- Log in to post comments