মহানগৰীৰ হেঙেৰাবাৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰ, ভাড়াঘৰত চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ......

Ghy

মহানগৰীৰ হেঙেৰাবাৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰ
ভাড়াঘৰত চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ
অমৃত উদ্যানৰ সন্মুখৰ ভাৰাঘৰত উদ্ধাৰ মৃতদেহটো
ৰমেশ ভড়ালীৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ
মৃত অনুস্কা নামৰ যুৱতীগৰাকীৰ ঘৰ ধেমাজিত
বিউটিচিয়ান হিচাপে কৰ্মৰত আছিল যুৱতীগৰাকী
এবছৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল যুৱতীগৰাকী
ঘটনাস্থলীত উপস্থিত আৰক্ষী, ফৰেণচিকৰ দল
ৰহস্যজনক ঘটনাক লৈ তদন্ত আৰম্ভ
এয়া হত্যা নে আত্মহত্যা এতিয়াও ৰহস্যৰ আৱৰ্তত
ঘটনা সন্দৰ্ভত জুনু বৰা নামৰ এগৰাকী মহিলাক আটক
বনকৰা মহিলা জুনু বৰাই প্ৰত্যক্ষ কৰিছিল মৃতদেহ

Category