ছাগলী মাংস আমাৰ বহুতৰে প্ৰিয়। সুস্বাদুকৈ ৰন্ধা ছাগলী মাংসৰ আঞ্জাখন খাই আমি বহুতেই ভালপাওঁ। কিন্তু আপুনি খাই ভালপোৱা ছাগলী মাংস কেতিয়াবা আপোনাৰ বাবে হ'ব পাৰে বৰবিহ। ছাগলী মাংস খাই ভাল পায় যদি এতিয়াৰ পৰা ছাগলী মাংস খাওঁতে সাৱধান হওঁক আপুনি। কিয়নো ছাগলী মাংসৰ নামত আপুনি নজনাকৈয়ে বিক্ৰী হৈছে বৰবিহ।