Nursing

গুৱাহাটীৰ সেনাবাহিনীৰ নাৰ্চিং প্ৰতিষ্ঠান (ARMY INSTITUTE OF NURSING)ত বিশেষ অনুষ্ঠান। ২০২১ বেটছৰ লেম্প লাইটিং অনুষ্ঠান, ২০১৭ বৰ্ষৰ স্নাতক আৰু ২০২২ বৰ্ষৰ বাৰ্ষিক অনুষ্ঠান উদযাপন। নাৰেংগীস্থিত ব্ৰহ্মপুত্ৰ হলত ২৪ মে'ত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান।