Hunar Haat

খানাপাৰাত অনুষ্ঠিত হু'নৰ হাট মেলা। ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমৰ উদ্যোগত খানাপাৰাত আয়োজন কৰা হৈছে হু'নৰ হাট মেলাৰ। আত্মনির্ভৰশীল হোৱা আন এক সংস্থা হৈছে এই হু'নৰ হাট মেলা।

খানাপাৰাৰ পশু চিকিৎসালয় খেলপথাৰত ১২-১৮ মাৰ্চলৈকে অনুষ্ঠিত হ'ব ৩৮ সংখ্যক হু'নৰ হাট মেলা
মহিলা, দুৰ্বল শ্ৰেণীৰ সবলীকৰণৰ বাবে এই বিশেষ মেলা। ‘আজাদী কা মহোৎসৱ’ৰ লগত সংগতি ৰাখি আয়োজন কৰা মেলাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভী।