Unhyginic

গুৱাহাটীৰ আঠগাঁওত GMCৰ অভিযান।

দুটাকৈ মিঠাই প্ৰস্তুতকাৰী কাৰখানাত GMCএ চলাইছে এই অভিযান।

অভিযানত ছীল কৰা হৈছে গণেশ শ্বুইটছ নামৰ কাৰখানাটো।

কদৰ্যময় পৰিৱেশত দীৰ্ঘদিন ধৰি প্ৰস্তুত কৰি আহিছিল মিঠাই।