এইবাৰ অনুস্থিত নহয় উত্তৰ পূব গ্ৰন্থমেলা আৰু গুৱাহাটী গ্ৰন্থ মেলা UB Photos November 29 / 2021 এইবাৰ অনুস্থিত নহয় উত্তৰ পূব গ্ৰন্থমেলা আৰু গুৱাহাটী গ্ৰন্থ মেলা। ইয়াৰ সলনি উমৈহতীয়াভাৱে অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা । ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অসম গ্ৰন্থমেলাৰ অন্ত পৰিব ৯ জানুৱাৰী ২০২২ত । Tags UB Photos Guwahati Northeast Bookfair Read more about এইবাৰ অনুস্থিত নহয় উত্তৰ পূব গ্ৰন্থমেলা আৰু গুৱাহাটী গ্ৰন্থ মেলাLog in to post comments