এইবাৰ অনুস্থিত নহয় উত্তৰ পূব গ্ৰন্থমেলা আৰু গুৱাহাটী গ্ৰন্থ মেলা।

ইয়াৰ সলনি উমৈহতীয়াভাৱে অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা । ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অসম গ্ৰন্থমেলাৰ অন্ত পৰিব ৯ জানুৱাৰী ২০২২ত ।

কোভিড পৰিস্থিতিৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু প্ৰকাশক সন্থাৰ সহমতৰ ভিত্তিত এইদৰে যুটীয়ভাৱে এই গ্ৰন্থমেলা আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।
Category
- Log in to post comments