Orunodoi 3.0

ৰাজ্যত বুনিয়াদী অৰ্থনীতি সৱলীকৰণৰ লক্ষ্যৰে আজি মুকলি হ’ল অৰুণোদয় ৩.০।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই মুকলি কৰে অৰুণোদয় ৩.০ আঁচনি।

এই আঁচনিৰ জড়িয়তে ৰাজ্যৰ ৩০ লাখ হিতাধিকাৰীয়ে প্ৰতিমাহে পাব ১,২৫০ টকাকৈ।

অৰুণোদয় আঁচনি প্ৰায় ৩৮ লাখ পৰিয়ালক অন্তৰ্ভূক্ত কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।

এই বৰ্ষৰ অক্টোবৰ মাহৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধন।

এই আঁচনিৰ বাবদ প্ৰতিমাহে ব্যয় হ’ব ৪১০ কোটি টকা।