মহানগৰীৰ অভিজাত হোটেল খৰিকাৰ খাদ্যত উলাইছে পইটাচোৰা

khorika

 

🔹 মহানগৰীৰ অভিজাত হোটেলত খাদ্যৰ নামত বৰবিষ

🔹 মহানগৰীৰ এখন অভিজাত হোটেলত খাদ্যত উলাল পইটাচোৰা

🔹 এইঘটনা সংঘটিত হৈছে বৰা চাৰ্ভিছৰ খৰিকা ৰেষ্টুৰেণ্টত 

🔹 দুপৰীয়াৰ এসাঁজ তৃপ্তিৰে ভাত খাবলৈ আহিছিল দুই ভাতৃ ভগ্নী 

🔹 ভাতৰ লগত দিয়া আছাৰত উলাল পইতাচোৰা 

🔹 মহানগৰীৰ অভিজাত হোটেলসমূহ  গ্ৰাহকক কেনেদৰে যোগান ধৰে খাদ্য 

🔹 খাদ্য আৰু যোগান বিভাগক মহানগৰীৰ হোটেল সমূহত তদন্ত কৰিবলৈ আহ্বান ভূক্তভোগিৰ

Category