আজি বাসন্তি পূজা! মহানগৰীত পাঁচদিনীয়াকৈ বাসন্তী পূজা উদযাপন

Basanti Puja 2022

গোটানগৰত ৬৯তম্ পাঁচদিনীয়াকৈ পৰম্পৰাগত বাসন্তী পূজা উদযাপন কৰা হয়।

ধৰ্মীয় অনুষ্ঠানৰ লগতে বিশেষ সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়। লগতে নিশা অনুষ্ঠিত হয় একক নৃত্য কাৰ্যসূচী।

উল্লেখ্য় যে, উক্ত অনুষ্ঠানত কুমাৰ ভৱেশ, ৰূপাংকৃতা আৰু অলংকৃতাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিবেশন কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে প্ৰতিবছৰে গোটানগৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান।

Category