🔰 গৰম!
ব্যাপক তাপমাত্ৰাই দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । গৰমৰ দিনত শৰীৰৰ তাপ নিয়ন্ত্ৰণ ব্যৱস্থাই ঠিকমতে কাম নকৰাৰ ফলত শৰীৰৰ পৰা ঘাম ভালদৰে ওলাই নাযায়, যাৰবাবে তাপমাত্ৰা বৃদ্ধি পায়। চিকিৎসা বিজ্ঞানত ইয়াকে হিটষ্ট্ৰোক বুলি কোৱা হয়। বহু সময়ত আকৌ দেহৰ পৰা ওলোৱা অত্যধিক ঘামৰ লগত দেহৰ পানীভাগ আৰু নিমখ ওলাই । ইয়াৰ ফলত মাংসপেশীৰ সংকোচন হয় আৰু ৰক্তচাপো কমি যায়। ইয়াক হিট ক্ৰাম্প বুলি কোৱা হয়।
- Today is: