তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ......

Amit Shah

আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব গৃহমন্ত্ৰী
গুৱাহাটীত ৰোড শ্ব’ত অংশ ল’ব অমিত শ্বাহে
গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলাব প্ৰচাৰ
চাইকেল ফেক্টৰী-লালগণেশ হৈ ২ কি.মি ৰোড শ্ব’    
ৰেলীত অংশ ল’ব বিজেপিৰ ডেৰ লক্ষাধিক কাৰ্যকৰ্তাই
গৃহমন্ত্ৰীৰ আগমনক লৈ তৎপৰ মহানগৰ প্ৰশাসন
গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ সাজু ৰাজ্যিক বিজেপি
সজাই-পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ

Category
Profile picture for user UB Photos