পৰিকল্পিত হত্যা নে আন কিবা! কাৰাগাৰত বন্দীত্বৰ অৱস্থাতে মৃত্যু আনছাৰীৰ, কিন্তু কেনেকৈ?.......

muktar

উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক মুক্তাৰ আনছাৰীৰ মৃত্যু
কাৰাগাৰত বন্দীত্বৰ অৱস্থাতে মৃত্যু আনছাৰীৰ
বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু আনছাৰীৰ
২০০৫ চনৰ পৰা কাৰাবন্দী হৈ আছিল মুক্তাৰ আনছাৰী
কাৰাগাৰ কৰ্তৃপক্ষই ততাতৈয়াকৈ ভৰ্তি কৰায় দুৰ্গাৱতী হাস্পতালত
হাস্পতালত চিকিৎসকে মৃত ঘোষণা কৰে মুক্তাৰ আনছাৰীক
আনছাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত উত্তৰ প্ৰদেশ
পৰিস্থিতি অধিক অৱনতিৰ আশংকাত মোতায়েন আৰক্ষী
পৰিকল্পিত হত্যাৰ অভিযোগ আনছাৰীৰ পুত্ৰৰ
আনছাৰীৰৰ মৃত্যুক ন্যায়ধীশ পৰ্যায়ৰ তদন্ত ঘোষণা
৬৫টা গোচৰ ৰুজু হৈ আছিল মুক্তাৰ আনছাৰীৰ বিৰুদ্ধে
UPৰ মৌ বিধানসভাৰ পৰা ৫ বাৰৰ বিধায়ক আছিল আনছাৰী

Category
Profile picture for user UB Photos