ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ, চলিত মাহতে প্ৰকাশ পাব ২২ হাজাৰ নিযুক্তিৰ বিজ্ঞাপন

1

ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ

চলিত মাহতে প্ৰকাশ পাব ২২ হাজাৰ নিযুক্তিৰ বিজ্ঞাপন

পুঠিমাৰীৰ জনসভাত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পুঠিমাৰী দুৰ্গা মন্দিৰৰ বাবে ১ কোটি টকাৰ অনুদান

সকলো হাইস্কুললৈ পৰ্যায়ক্ৰমে দিয়া হ’ব ৫ কোটিকৈ

মঙলদৈ লোকসভাৰ ১০ সমষ্টিৰ নামঘৰলৈ অনুদান ঘোষণা

নামঘৰৰ বাবে ২ লাখ ৫ হাজাৰ টকাকৈ অনুদান

৬ মাহৰ ভিতৰত পাব এই অনুদান 

Category