উত্তাল মহানগীৰৰ ISBTৰ অটো আস্থান! গণৰাজ্য দিৱসৰ পতাকা উত্তোলনত কিয় বাধা দিলে ISBT ৰ কৰ্তৃপক্ষই?

ISBT

এইবাৰ ৭৪ তম গণৰাজ্যৰ পতাকা উত্তোলন কৰিব নোৱাৰিলে ISBT ৰ অটো আস্থানৰ চালক সকলে । ISBT ৰ DS বিশাল প্ৰতাপ সিং এ এইবাৰ ৭৪ তম  গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবলৈ বাধা দিছে বুলি স্বীকাৰ কৰিলে সংবাদ মাধ্যমত । ISBT কৰ্তৃপক্ষৰ পৰা অনুমতি নোলোৱা বাবে এই সিদ্ধান্ত ললে ISBT কৰ্তৃপক্ষই । এতিয়া ক্ষোভত জ্বলিছে অটো চালক সকল।

Category