পুনৰ গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনা।

guwahati news

পুনৰ গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনা। 

এইবাৰ দক্ষিণ শৰণীয়া পাহাৰত ভূমিস্খলনৰ ঘটনা।

গান্ধী মণ্ডপলৈ যোৱা পথত খহি পৰিছে পাহাৰৰ মাটি। ফলত পথটোৰে ব্যাহত হৈ পৰে যাতায়াত।ব্যৱস্থা

বাঁহগছৰ লগতে পথটোত খহি পৰে পাহাৰৰ মাটি। বাগৰি পৰিছে গছ-গছনি। বিচ্ছিন্ন হৈ পৰিছে গান্ধী মণ্ডপৰ বিদ্যুৎ সংযোগ

দুচকীয়া বাহন যাব পৰাকৈ স্থানীয় লোকসকলে মুকলি কৰিছে পথটো।

দুৰ্যোগ প্ৰশমন বিভাগে ভূমিস্খলনপ্ৰৱণ অঞ্চল হিচাপে চিনাক্ত কৰিছিল এই স্থানক।

Category