বাংলাদেশলৈ সৰবৰাহ ভাৰতৰ মোবাইল;গ্ৰেপ্তাৰ এজনক

dhubri news

ভাৰতৰ মোবাইল বাংলাদেশ লৈ সৰবৰাহ কৰাৰ অভিযোগত ধুবুৰীত আটক এজন৷

ভাৰতৰ মোবাইল বাংলাদেশলৈ সৰবৰাহ কৰাৰ অভিযোগত ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল পাটামাৰীত BSF আৰু বজাৰ নগৰ আৰক্ষী চকীৰ যৌথ অভিযান।

অভিযানত ৮ টাকৈ মোবাইলসহ টাকিমাৰীৰ বাসিন্দা মোফাজেল হুছেইনক গ্ৰেপ্তাৰ।

ভাৰত বাংলাদেশ সীমান্তৰে দীৰ্ঘদিন ধৰি মোবাইল সৰবৰাহ কৰাৰ অভিযোগ।মোফাজেল হুছেইনৰ বিৰুদ্ধে।

ইতিমধ্যে আৰক্ষীয়ে মোফাজেল হুছেইনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

Category