কাইলৈ অসমলৈ আহিব কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী

congress

ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চুম চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে৷ প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে শাসক- বিৰোধীৰ প্ৰাৰ্থীৰ হৈ অসমত প্ৰচাৰ চলাইছেহি কে’বাগৰাকী হাই প্ৰফাইল নেতাই ৷

কাইলৈ অসমলৈ আহিব কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী।উজনিত ৩খনকৈ জনসভা সম্বোধন কৰিব প্রিয়ংকা গান্ধীয়ে।নাজিৰা, খোৱাং, টিংখাং সমষ্টিত চলাব নিৰ্বাচনী প্রচাৰ

২ এপ্রিলত অসমলৈ আহিব ৰাহুল গান্ধী।কোকৰাঝাৰ, বোকাজানত নিৰ্বাচনী প্রচাৰ চলাব ৰাহুল গান্ধীয়ে।টীয়কতো ৰাহুল গান্ধীয়ে চলাব প্রচাৰ অভিযান

Category