চিপজৰী লৈ থকাৰ অৱস্থাত উদ্ধাৰ মৃতদেহ

jorhat

পুৱাই যোৰহাটৰ বৈৰাগীচুক আঁঠুচিঙা দলঙৰ সমীপত উদ্ধাৰ হয় মৃতদেহ।

চিপজৰী লৈ থকাৰ অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ।

মৃতদেহটোৰ কাষত উদ্ধাৰ মোবাইল ফোন ।

মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

উদ্ধাৰ হোৱা মৃতটো তোলন বৰুৱা বুলি জানিব পৰা গৈছে ।

Category