চৰকাৰ গঠনৰ পাছতে পুনৰ উত্তপ্ত মণিপুৰ

manipur

চৰকাৰ গঠনৰ পাছতে পুনৰ উত্তপ্ত মণিপুৰ।

উপ-মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।

বৃহস্পতিবাৰে সন্ধিয়া টুইবং বজাৰ অঞ্চলত বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহে। প্ৰতিবাদকাৰীয়ে নতুন চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ চেষ্টা চলায়। 

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে বল প্ৰয়োগ কৰি জনসমাগম নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয়।যাৰ ফলত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত আহত কেইবাজনো লোক।

Category