ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে সদ্যপ্ৰাক্তন অধ্যাপক ড° জ্ঞানশ্ৰী বৰাই।
মঙলবাৰে অধ্যাপক পদ ত্যাগ কৰিছিল গোৱালপাৰা কলেজৰ ৰসায়ন বিভাগৰ অধ্যাপক জ্ঞানশ্ৰীয়ে। অধ্যাপক হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে ৰাইজৰ দলৰ সক্ৰিয় কৰ্মী হিচাপে দেখা গৈছিল জ্ঞানশ্ৰীক।
পুনৰ সক্ৰিয় ৰাজনীতিত জড়িত হ’বলৈ অধ্যাপকৰ চাকৰি ত্যাগ কৰে জ্ঞানশ্ৰী বৰাই। আজি দলটোৰ সভাপতি অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ড° জ্ঞানশ্ৰী বৰাই।
Category
- Log in to post comments