শুৱালকুছি বাথান থানাৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় এটি বাসগৃহ।
অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পাটৰ কাপোৰকে আদি কৰি মূল্যৱান সামগ্ৰী,নথিপত্ৰসহ প্ৰায় ৪ লাখ টকা মূল্যৰ সামগ্ৰী ।
অগ্নিকাণ্ডৰ সময়ত ঘৰত নাছিল পৰিয়ালৰ কোনোলোক।
শুৱালকুছি অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰে।
বৈদ্যুতিক শ্বট্ চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
Category
- Log in to post comments