স্ব-গৃহত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ

Eminent Flautist Dipak Sarma Passes Away at 57

অসমলৈ অনা হ’ল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ পার্থিৱ শৰীৰ।

চেন্নাইৰ পৰা বিমানযোগে অনা হ’ল দীপক শর্মাৰ পাৰ্থিৱ শৰীৰ।

বিমানবন্দৰৰ পৰা অম্বিকানগৰৰ বাসগৃহলৈ অনা হয় নশ্বৰদেহ

অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত ৰাজহুৱা শ্রদ্ধাঞ্জলি

আজি বিয়লি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে হ’ব শেষকৃত্য।

উল্লেখ্য যে, সোমবাৰে পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল দীপক শৰ্মাই।।যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বাঁহীবাদক দীপক শৰ্মা। দীৰ্ঘদিনে অসুস্থ হৈ আছিল বাঁহীবাদক দীপক শৰ্মা।

Category