ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰত ৰাহুল গান্ধীৰ 'অমংগলীয়া' শব্দৰ ব্যৱহাৰ! কিয় এনে শব্দ ব্যৱহাৰ কৰিলে কংগ্ৰেছী নেতা জনে?

Rahul Gandhi on Bharatiya Janata Party

ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰত ৰাহুল গান্ধীৰ মন্তব্য

নিৰ্বাচনী আয়োগৰ ৰোষত ৰাহুল গান্ধী

নিৰ্বাচনী আয়োগে জাৰি কৰিছে শ্ব’কজ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৰিছিল কটাক্ষ

তাচ্ছিল্যসূচক ‘পনৌতি’ অমংগলীয়া শব্দৰ ব্যৱহাৰ

পকেটমাৰ শব্দৰেও তাচ্ছিল্য কৰিছিল ৰাহুল গান্ধীয়ে

ৰাজস্থানৰ নিৰ্বাচনী সভাত কৰিছিল মন্তব্য

ICC বিশ্বকাপৰ ফাইনেলৰ পাছত মন্তব্য

নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী দিছে

পনৌতি শব্দ কিয় ব্যৱহাৰ কৰিছিল কংগ্ৰেছী নেতাজনে?

২১ নৱেম্বৰৰ নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ মন্তব্য

শনিবাৰে সন্ধিয়া ৬ বজাৰ পূৰ্বে আয়োগত উপস্থিত হোৱাৰ নিৰ্দেশ

 

Category