APSC চাকৰি কেলেংকাৰি সন্দৰ্ভত SITৰ অভিযান...

APSC SIT raid

APSC চাকৰি কেলেংকাৰি সন্দৰ্ভত SITৰ অভিযান

বক্ৰপথেৰে চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে অভিযান

৫ দিনৰ আৰক্ষী জিম্মাত দুই অতিৰিক্ত আৰক্ষী অধীক্ষক

ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাক জেৰা CIDৰ

নিশা ৩৫ ৰাজপত্ৰিত বিষয়াৰ সন্ধানত কেইবাস্থানত অভিযান

অভিযানৰ উমান পাই  পলায়ন বহু ACS, APS বিষয়াৰ

নিয়োগ বিষয়া ৰাকেশ দাসৰো আত্মগোপন

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত ৩৪ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে অভিযোগ

গ্ৰেপ্তাৰ হ’ব আটাইকেইজন অভিযুক্ত ৰাজপত্ৰিত বিষয়া 

 

 

 

 

Category