এছিয়ান গেমছত পদক নিশ্চিত লাভলীনা বৰগোহাঁইৰ.....

Lovlina Borgohain

এছিয়ান গেমছত পদক নিশ্চিত লাভলীনা বৰগোহাঁইৰ

৭৫ কেজি শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনাৰ

দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই ছেমিত লাভলীনা

৫-০ ব্যৱধানত জয়লাভ লাভলীনা বৰগোহাঁইৰ

দ্বিতীয়বাৰলৈ অলিম্পিকৰ যোগ্যতা অৰ্জন লাভলীনাৰ

অলিম্পিকলৈ যোগ্যতা অৰ্জনেৰে ইতিহাস ৰচিলে লাভলীনাই

২ অক্টোবৰত ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব লাভলীনা

এছিয়াডত লাভলীনাৰ অগ্ৰগতিক লৈ উৎফুল্লিত ৰাজ্যবাসী

উল্লেখ্য যে, ২০২২ চনৰ নৱেম্বৰত জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলতো ছুইডেনক পৰাজিত কৰিছিল লাভলীনাই।

Category