ব্যৰ্থ হ’ল ৰাছিয়াৰ চন্দ্ৰ অভিযান, পতন ঘটিল ৰাছিয়াৰ চন্দ্ৰযান লুনা-25ৰ

1

ব্যৰ্থ হ’ল ৰাছিয়াৰ চন্দ্ৰ অভিযান

পতন ঘটিল ৰাছিয়াৰ চন্দ্ৰযান লুনা-25ৰ

অন্তিম কক্ষপথত লুনা-25ৰ কাৰিকৰী বিজুতি

কাইলৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা কথা আছিল লুনা-25এ

১১ আগষ্টত উৎক্ষেপণ কৰা হৈছিল ৰাছিয়াৰ চন্দ্ৰযানখন 

Category