CM Mohan Yadav Oath

মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ
শপত ল’লে ডঃ মোহন যাদৱে
ভূপালৰ মতিলাল নেহৰু ষ্টেডিয়ামত বিশাল সমাৰোহ
উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনুষ্ঠানত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰো অংশগ্ৰহণ
অংশগ্ৰহণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰো
মুখ্যমন্ত্ৰীৰ লগত শপত ল’লে দুজন উপ-মুখ্যমন্ত্ৰীয়ে
ৰাজেন্দ্ৰ শুক্লা, জগদীশ দেৱদাৰৰ শপত উপ-মুখ্যমন্ত্ৰী হিচাপে